Posts

EG AJIN ( Pork )

Image
#eg_ajin #pork

Ali Aye Ligang 2021 | আলি আঃয়ে লৃগাং ২০২১

Image
#Mising_Koneng

7th Mising Youth Festival 2020

Image
7th Mising Youth Festival 2020 7th Mising Youth Festival 2020 7th Mising Youth Festival 2020

আলি আয়ে লৃগা‌ং

Image
'আমাৰ মিচিং সমাজৰ আলি আঃয়ে লৃগাং’                                       আলি আঃয়ে লৃগাং ৰ অৰ্থ এনেদৰে দেখুৱাব পাৰি যে ‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা বীজ, ‘আঃয়ে’ মানে গছৰ গুটি বা ফল-মূল, ‘লৃগাং’ মানে সিঁচা বা সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ পথাৰত শস্য সিঁচাৰ প্ৰথম দিন ।        ই হʼল মিচিং সকলৰ উল্লেখযোগ্য সামাজিক উৎসৱ । এই উৎসৱ প্ৰতিবছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় । মিচিং মানুহ সকলে ফাগুনৰ প্ৰথম বুধবাৰৰ দিনটোক লক্ষ্মীৰ দিনৰূপে গণ্য কৰে । এই দিনাৰ পৰাই মিচিং গীত সমূহত ৰাজহুৱাভাৱে বা ব্যক্তিগতভাৱে পথাৰত আহুধানৰ বীজ সিঁচাৰ কাম আৰম্ভ কৰে । এই উপলক্ষে সামূহিক ভাবে গাওঁ বোৰত পাঁচদিন ধৰি লৃগাং উৎসৱ পালন কৰা হয় । উৎসৱৰ পাঁচোটা দিনতে প্ৰত্যেক ঘৰৰ ডেকা-গাভৰু সকলে ঢোল,  পেঁপা, গগনা, বৰকাঁহ, তাল আদি বজাই গুমৰাগ নৃত্য নাচে । বিশ্বাস প্ৰচলিত আছে যে, লৃগাং উৎসৱত গুমৰাগ নাচ নানাচিলে, বৰকাঁহ নবজালে বৰষুণ নহয় । পথাৰত সিঁচা বীজবোৰ অংকুৰিত নহয় ।     এই উ...