Tumar Babe Pogola (তোমাৰ বাবে পগলা) Lyrics By Deni Madhab


Tumar Babe Pogola

তোমাৰ বাবে পগলা

 এঃ অইয়া 

তোমাৰ বাবে বলিয়া 

এঃ অইয়া

সোৱণশিৰি সোনালী 

আমাৰ প্ৰেমৰ কাহিনী

সোৱণশিৰি সোনালী 

আমাৰ প্ৰেমৰ কাহিনী

বুকুতে সাঁচি থলে ই

নহ'ব জানা

মোৰ মেনাম কনেঙা 

মোৰ মেনাম ভালপোৱা

মোৰ মেনাম কনেঙা 

মোৰ মেনাম ভালপোৱা

অইয়া



Singgi appun yumodung

Ginmur esarde oiya 

Ginmur esarde 

Nomme asin omodung

Yungdeng ayirde oiya 

Yumdeng ayirde


Asi tokol giye ngo 

Yumdeng ayir do

Oino toyal dulang

Ngom aneruido 

Oiya aneruidi


হিয়াৰে কোঠালিত মোৰ

তুমিয়েই  আপোন আ:ইনা 

তুমিয়েই আপোন

সৰগি সপোন হৈ 

তুমিয়েই হলা মোৰ

আ:ইনা হিয়াৰে দাপেন



কঁহুৱা তুলা হৈ মোৰ

উৰা মাৰে মন 

তোমাক পোৱাৰ হেঁপাহ

মোৰ বাঢ়ে ঘনে ঘন 

অইয়া বাঢ়ে ঘনে ঘন 


ঘূণাসুতি পাৰে হৈ 

ধপলিয়াও তোমালৈ


অ... অ... অ

ঘূণাসুতি পাৰে হৈ 

ধপলিয়াও তোমালৈ


সাঁচি থোৱা গোপন কথা 

সঁচাই যদি খুলি কোৱা 


সাঁচি থোৱা গোপন কথা 

সঁচাই যদি খুলি কোৱা 


হাতে হাত ধৰি দুয়ো ঘূৰিম ঘৰলৈ 

মোৰ আপোন ঘৰলৈ

মোৰ আপোন পঁজালৈ

মোৰ আপোন ঘৰলৈ

মোৰ আপোন পঁজালৈ







Comments

Popular posts from this blog

আলি আয়ে লৃগা‌ং