Posts

Showing posts with the label BJ Vinix

Tumar Babe Pogola (তোমাৰ বাবে পগলা) Lyrics By Deni Madhab

Image
Tumar Babe Pogola তোমাৰ বাবে পগলা  এঃ অইয়া  তোমাৰ বাবে বলিয়া  এঃ অইয়া সোৱণশিৰি সোনালী  আমাৰ প্ৰেমৰ কাহিনী সোৱণশিৰি সোনালী  আমাৰ প্ৰেমৰ কাহিনী বুকুতে সাঁচি থলে ই নহ'ব জানা মোৰ মেনাম কনেঙা  মোৰ মেনাম ভালপোৱা মোৰ মেনাম কনেঙা  মোৰ মেনাম ভালপোৱা অইয়া Singgi appun yumodung Ginmur esarde oiya  Ginmur esarde  Nomme asin omodung Yungdeng ayirde oiya  Yumdeng ayirde Asi tokol giye ngo  Yumdeng ayir do Oino toyal dulang Ngom aneruido  Oiya aneruidi হিয়াৰে কোঠালিত মোৰ তুমিয়েই  আপোন আ:ইনা  তুমিয়েই আপোন সৰগি সপোন হৈ  তুমিয়েই হলা মোৰ আ:ইনা হিয়াৰে দাপেন কঁহুৱা তুলা হৈ মোৰ উৰা মাৰে মন  তোমাক পোৱাৰ হেঁপাহ মোৰ বাঢ়ে ঘনে ঘন  অইয়া বাঢ়ে ঘনে ঘন  ঘূণাসুতি পাৰে হৈ  ধপলিয়াও তোমালৈ অ... অ... অ ঘূণাসুতি পাৰে হৈ  ধপলিয়াও তোমালৈ সাঁচি থোৱা গোপন কথা  সঁচাই যদি খুলি কোৱা  সাঁচি থোৱা গোপন কথা  সঁচাই যদি খুলি কোৱা  হাতে হাত ধৰি দুয়ো ঘূৰিম ঘৰলৈ  মোৰ আপোন ঘৰলৈ মোৰ আপোন পঁজালৈ মোৰ আপোন ...

EG AJIN ( Pork )

Image
#eg_ajin #pork

Ali Aye Ligang 2021 | আলি আঃয়ে লৃগাং ২০২১

Image
#Mising_Koneng

7th Mising Youth Festival 2020

Image
7th Mising Youth Festival 2020 7th Mising Youth Festival 2020 7th Mising Youth Festival 2020

আলি আয়ে লৃগা‌ং

Image
'আমাৰ মিচিং সমাজৰ আলি আঃয়ে লৃগাং’                                       আলি আঃয়ে লৃগাং ৰ অৰ্থ এনেদৰে দেখুৱাব পাৰি যে ‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা বীজ, ‘আঃয়ে’ মানে গছৰ গুটি বা ফল-মূল, ‘লৃগাং’ মানে সিঁচা বা সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ পথাৰত শস্য সিঁচাৰ প্ৰথম দিন ।        ই হʼল মিচিং সকলৰ উল্লেখযোগ্য সামাজিক উৎসৱ । এই উৎসৱ প্ৰতিবছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় । মিচিং মানুহ সকলে ফাগুনৰ প্ৰথম বুধবাৰৰ দিনটোক লক্ষ্মীৰ দিনৰূপে গণ্য কৰে । এই দিনাৰ পৰাই মিচিং গীত সমূহত ৰাজহুৱাভাৱে বা ব্যক্তিগতভাৱে পথাৰত আহুধানৰ বীজ সিঁচাৰ কাম আৰম্ভ কৰে । এই উপলক্ষে সামূহিক ভাবে গাওঁ বোৰত পাঁচদিন ধৰি লৃগাং উৎসৱ পালন কৰা হয় । উৎসৱৰ পাঁচোটা দিনতে প্ৰত্যেক ঘৰৰ ডেকা-গাভৰু সকলে ঢোল,  পেঁপা, গগনা, বৰকাঁহ, তাল আদি বজাই গুমৰাগ নৃত্য নাচে । বিশ্বাস প্ৰচলিত আছে যে, লৃগাং উৎসৱত গুমৰাগ নাচ নানাচিলে, বৰকাঁহ নবজালে বৰষুণ নহয় । পথাৰত সিঁচা বীজবোৰ অংকুৰিত নহয় ।     এই উ...