Tumar Babe Pogola (তোমাৰ বাবে পগলা) Lyrics By Deni Madhab
Tumar Babe Pogola তোমাৰ বাবে পগলা এঃ অইয়া তোমাৰ বাবে বলিয়া এঃ অইয়া সোৱণশিৰি সোনালী আমাৰ প্ৰেমৰ কাহিনী সোৱণশিৰি সোনালী আমাৰ প্ৰেমৰ কাহিনী বুকুতে সাঁচি থলে ই নহ'ব জানা মোৰ মেনাম কনেঙা মোৰ মেনাম ভালপোৱা মোৰ মেনাম কনেঙা মোৰ মেনাম ভালপোৱা অইয়া Singgi appun yumodung Ginmur esarde oiya Ginmur esarde Nomme asin omodung Yungdeng ayirde oiya Yumdeng ayirde Asi tokol giye ngo Yumdeng ayir do Oino toyal dulang Ngom aneruido Oiya aneruidi হিয়াৰে কোঠালিত মোৰ তুমিয়েই আপোন আ:ইনা তুমিয়েই আপোন সৰগি সপোন হৈ তুমিয়েই হলা মোৰ আ:ইনা হিয়াৰে দাপেন কঁহুৱা তুলা হৈ মোৰ উৰা মাৰে মন তোমাক পোৱাৰ হেঁপাহ মোৰ বাঢ়ে ঘনে ঘন অইয়া বাঢ়ে ঘনে ঘন ঘূণাসুতি পাৰে হৈ ধপলিয়াও তোমালৈ অ... অ... অ ঘূণাসুতি পাৰে হৈ ধপলিয়াও তোমালৈ সাঁচি থোৱা গোপন কথা সঁচাই যদি খুলি কোৱা সাঁচি থোৱা গোপন কথা সঁচাই যদি খুলি কোৱা হাতে হাত ধৰি দুয়ো ঘূৰিম ঘৰলৈ মোৰ আপোন ঘৰলৈ মোৰ আপোন পঁজালৈ মোৰ আপোন ...