আলি আয়ে লৃগাং
'আমাৰ মিচিং সমাজৰ আলি আঃয়ে লৃগাং’ আলি আঃয়ে লৃগাং ৰ অৰ্থ এনেদৰে দেখুৱাব পাৰি যে ‘আলি’ মানে মাটিৰ তলত হোৱা আলু বা বীজ, ‘আঃয়ে’ মানে গছৰ গুটি বা ফল-মূল, ‘লৃগাং’ মানে সিঁচা বা সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ পথাৰত শস্য সিঁচাৰ প্ৰথম দিন । ই হʼল মিচিং সকলৰ উল্লেখযোগ্য সামাজিক উৎসৱ । এই উৎসৱ প্ৰতিবছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয় । মিচিং মানুহ সকলে ফাগুনৰ প্ৰথম বুধবাৰৰ দিনটোক লক্ষ্মীৰ দিনৰূপে গণ্য কৰে । এই দিনাৰ পৰাই মিচিং গীত সমূহত ৰাজহুৱাভাৱে বা ব্যক্তিগতভাৱে পথাৰত আহুধানৰ বীজ সিঁচাৰ কাম আৰম্ভ কৰে । এই উপলক্ষে সামূহিক ভাবে গাওঁ বোৰত পাঁচদিন ধৰি লৃগাং উৎসৱ পালন কৰা হয় । উৎসৱৰ পাঁচোটা দিনতে প্ৰত্যেক ঘৰৰ ডেকা-গাভৰু সকলে ঢোল, পেঁপা, গগনা, বৰকাঁহ, তাল আদি বজাই গুমৰাগ নৃত্য নাচে । বিশ্বাস প্ৰচলিত আছে যে, লৃগাং উৎসৱত গুমৰাগ নাচ নানাচিলে, বৰকাঁহ নবজালে বৰষুণ নহয় । পথাৰত সিঁচা বীজবোৰ অংকুৰিত নহয় । এই উ...
Nice
ReplyDelete